অৰুনোদইৰ পৰা বঞ্চিত Your Name Dharitri devi Comment মহাশয় মই গোলাঘাট জিলা । খুমটাই সমষ্টি। গাঁও ভাবলি মই বহুত বাৰ অৰুনোদইৰ কাৰণে আবেদন কৰি আজি লৈকে অৰুনোদইৰ ধন লাভ কৰিবলৈ যোগ্য নহলে মোৰ ৱাৰ্ড মেম্বাৰ মই দিয়া কাগজ পঞ্জয়ত অফিচত জমা নেদীয়া ।।।।ফলস্বৰূপে আজিলৈকে অৰুনোদইৰ পৰা বঞ্চিত ।।।।আপুনি গোলাঘাট আহোঁতে মই আপোনাক ও মোৰ ফাইল দিয়া হৈছিল কিন্তু কোনো উত্তৰ নাই।।।কথাষাৰ মই আপোনাক অৱগত কৰিলোঁ ।।নাম.....ধৰিত্ৰী দেৱী.... জিলা ....গোলাঘাট..সমষ্টিখুমটাই.... গাঁও ....1noভাবলী.. Reply
মহাশয় মই গোলাঘাট জিলা । খুমটাই সমষ্টি। গাঁও ভাবলি মই বহুত বাৰ অৰুনোদইৰ কাৰণে আবেদন কৰি আজি লৈকে অৰুনোদইৰ ধন লাভ কৰিবলৈ যোগ্য নহলে মোৰ ৱাৰ্ড মেম্বাৰ মই দিয়া কাগজ পঞ্জয়ত অফিচত জমা নেদীয়া ।।।।ফলস্বৰূপে আজিলৈকে অৰুনোদইৰ পৰা বঞ্চিত ।।।।আপুনি গোলাঘাট আহোঁতে মই আপোনাক ও মোৰ ফাইল দিয়া হৈছিল কিন্তু কোনো উত্তৰ নাই।।।কথাষাৰ মই আপোনাক অৱগত কৰিলোঁ ।।নাম.....ধৰিত্ৰী দেৱী.... জিলা ....গোলাঘাট..সমষ্টিখুমটাই.... গাঁও ....1noভাবলী..