Add new comment

যোগ্যতাৰ ভিত্তিত অৰুণোদয় আঁচনি লাভ নকৰাৰ বাবে আবেদন

Your Name
তুলুমণি শইকীয়া
Comment

মহাশয় মই তুলুমণি শইকীয়া , ১নং শেনছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাঘাট জিলাৰ আধাৰ সত্ৰ গাঁৱৰ বাসিন্দা | মই যোৱা কেইবাটাও বৰ্ষ ত লাভ কৰি আছিলো অনোদয় আঁচনিৰ ধন কিন্তু বৰ্তমান সময়ত কৰ্তন কৰা হৈছে মোৰ নাম । সেয়েহে মহাশয় মোৰ পাব লগা আঁচনি মোক অতিশিঘ্ৰে পোৱাৰ ব্যৱস্তা কৰি দিয়ক ।

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.