Add new comment

অৰুণোদয় আচনি নোপোৱাৰ বাবে আবেদন পত্র

Your Name
Fatema Khatun
Comment

মই ফাতেমা খাতুন | মোৰ ল'ৰাটো অসুস্থ | সি বহিবও নোৱাৰে খোজ কাঢ়িব ও নোৱাৰে | লৰাটোৰ Pera lice S ৰোগত ভুগি আছে | সেইবা বে মই অৰুনোদয় 3.0 apply কৰিছো | form Filap কৰি জমা দিছো | কিন্তু অৰুণোদয় কমিটিৰ মোক্তাৰ ৰহমানে আৰু দময়ন্তি ৰায়ে খুচ লৈ মোক বন্চিত কৰি মোক্তাৰৰ খৈনীয়েক মফিদা আৰু তেওঁৰ পৰিয়ালৰ গোটেইখিনি সদস্য ৰ নাম উক্ত আচনিত অন্তর্ভুক্ত কৰে | সিসকলৰ এজনী মধ্যন্ন ভোজনৰ ৰান্ধনী ; আশাকর্মী; এজনীৰ ৰেচনৰ দোকান (ডিলার ) আছে আৰু বাকী কেইগৰাকী প্ৰত্যেকেই ধনী ব্যক্তি | ইয়াত গৰীব দুখীয়া আৰু বিকলাঙ্গ সকলক বন্চিত কৰিছে | গতিকে উচিত তদন্ত কৰক | আৰু যোগ্য হিতাধিকাৰিক .. অৰুণোদয় দিবলৈ দাবি জনালো।
Booth Name_186 Dhekhin Bison dail.P School
village_ Bison daipt 1
GP_ Bisonda i
PS_ Golakganj

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.