Add new comment

Arundhati scheam ৰ টকা পোৱাৰ বাবে আবেদন

Comment

মহাশয়্
সন্মান পূৰ্বক বিণীত নিবেদন এই যে ম‌ই Arundhati Gold Scheme ত যোৱা আঠ মাহ আগতে আবেদন কৰিছিলোঁ। কিন্তু এতিয়া লৈকে মোক মাতাও নাই আৰু টকা খিনিও পোৱা নাই। গতিকে দয়ালু মহোদয়ক প্ৰাৰ্থনা কৰিছোঁ যে অতি সোনকালে আমাক verification কৰক যাতে আমি আঁচনিটোৰ যৰিয়তে উপকৃত হ'ব পাৰে।
এ‌য়ে দয়ালু মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.