omment ছাৰ মই 2012 স্নাতক… Comment omment ছাৰ মই 2012 স্নাতক ডিগ্ৰী লাভ কৰিছিলো । বহুত ইন্টৰভইউ দিয়া পিছতো একো ভাল ফল নাপালোঁ। পিছত ঘৰৰ দায়িত্ব বহন কৰাৰ বাবে আৰু চাকৰি পিছত ঘুৰিব নোৱাৰিলোঁ সেয়ে। হাতে কামে ব্যস্ত হলো। এখন দোকানত, বৈদ্যুতিক সামগ্ৰী, আৰু মবাইল মেৰামতি কৰো। নিজে এখন দোকান খুলিব পাৰা নাই আৰ্থিক অৱস্থা বাবে। এতিয়া এই আচঁনিটো কথা শুনি উৎফুল্লিত হৈ গৈছিলে কিন্তু এটা কথাত আকৌ মন বেয়া হৈ গল । Reply
omment
ছাৰ মই 2012 স্নাতক ডিগ্ৰী লাভ কৰিছিলো । বহুত ইন্টৰভইউ দিয়া পিছতো একো ভাল ফল নাপালোঁ। পিছত ঘৰৰ দায়িত্ব বহন কৰাৰ বাবে আৰু চাকৰি পিছত ঘুৰিব নোৱাৰিলোঁ সেয়ে। হাতে কামে ব্যস্ত হলো। এখন দোকানত, বৈদ্যুতিক সামগ্ৰী, আৰু মবাইল মেৰামতি কৰো। নিজে এখন দোকান খুলিব পাৰা নাই আৰ্থিক অৱস্থা বাবে। এতিয়া এই আচঁনিটো কথা শুনি উৎফুল্লিত হৈ গৈছিলে কিন্তু এটা কথাত আকৌ মন বেয়া হৈ গল ।