- তিনিটা সমান কিস্তিত ৬০০০/- টকাৰ বিত্তীয় সুবিধা প্ৰদান কৰা হব।
- সাহায্যৰ পৰিমাণ প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টত জমা হব।
- পিএম-কিষাণ হেল্পলাইন নম্বৰ :-
- ১৫৫২৬১.
- ০১১-২৪৩০০৬০৬.
- ১৮০০১১৫৫২৬ (টল ফ্ৰী)
- ০১১-২৩৩৮১০৯২
- ৯১-১১-২৩৩৮২৪০১
- প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হেল্পডেস্ক :-
- [email protected].
- [email protected] (OTP সম্পৰ্কীয়)
আঁচনিৰ অভাৰভিউ |
|
|---|---|
| আঁচনিৰ নাম | প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) |
| আৰাম্ভনি বছৰ | ২০১৮ |
| সুবিধা | সকলো ভূমিৰ অধিকাৰী কৃষকক ৬০০০ টকাকৈ সাহায্য প্ৰদান কৰা হব। |
| হিতাধিকাৰি | ভূমিৰ অধিকাৰী কৃষক |
| ন'ডেল বিভাগ | কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়। |
| চাবস্ক্ৰিপচন | আঁচনিৰ বিষয়ে আপডেট পাবলৈ ইয়াত চাবস্ক্ৰাইব কৰক। |
| আবেদন কৰাৰ প্ৰক্ৰিয়া | হিতাধিকাৰীয়ে পিএম কিষাণ সন্মান নিধিৰ বাবে অনলাইন, অফলাইন আৰু চিএছচি (CSC) কেন্দ্ৰৰ পৰা আবেদন কৰিব পাৰিব। |
ভূমিকা
- ভাৰতীয় কৃষকসকলে সাধাৰণতে শস্য চক্রৰ শেষৰ পাছত পৰৱৰ্তী শস্যৰ বাবে তেওঁলোকৰ বিত্তীয় প্ৰয়োজন পূৰণ কৰিবলৈ সমস্যাৰ সন্মুখীন হয়।
- এই সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে ২০১৮ চনত পিএম কিষাণ আঁচনি ঘোষণা কৰিছে।
- এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলে এটা বিত্তীয় বৰ্ষত ৬০০০ টকাকৈ সাহায্য লাভ কৰিব।
- এই সাহায্য তিনিটা সমান কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰা হব।
- এই সহায়ৰ জৰিয়তে কৃষকসকলে প্ৰতিবাৰ শস্য চক্রৰ পাছত উদ্ভৱ হোৱা তেওঁলোকৰ কিছু চাহিদা পূৰণ কৰিব পাৰে।
- এই কিস্তিসমূহ কৃষকৰ একাউণ্টত ডিবিটি (DBT) পদ্ধতিৰ জৰিয়তে পোনপটীয়াকৈ জমা কৰা হ'ব।
- ২০২৪ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ১১ কোটি কৃষকে এই আঁচনিৰ পৰা সাহায্য লাভ কৰিছে আৰু চৰকাৰে ২.৮০ লাখ কোটি টকা হস্তান্তৰ কৰিছে।
- এই আঁচনিৰ বাবে যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে অনলাইন, অফলাইন আৰু চিএছচি (CSC) কেন্দ্ৰৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে।
- আপুনি পিএম কিষাণ আঁচনিৰ বাবে ইয়াৰ ডেডিকেটেড ম'বাইল এপৰ জৰিয়তেও আবেদন কৰিব পাৰে।
আঁচনিৰ সুবিধাসমূহ
- পিএম কিষাণ নিধি আঁচনিৰ অধীনত কৃষকসকলে তলত উল্লেখ কৰা সুবিধাসমূহ লাভ কৰিব :-
- তিনিটা সমান কিস্তিত ৬০০০/- টকাৰ বিত্তীয় সুবিধা প্ৰদান কৰা হব।
- সাহায্যৰ পৰিমাণ প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টত জমা হব।
যোগ্যতাৰ মানদণ্ড
- নিম্নোক্ত শ্ৰেণীৰ লোকক বাদ দি, ভূমিৰ অধিকাৰী সকলো কৃষক পৰিয়ালে এই পিএম কিষাণ আঁচনিৰ অধীনত লাভ কৰিব পাৰে :-
- সকলো প্ৰতিষ্ঠানিক ভূমিধাৰি।
- কৃষক পৰিয়ালৰ এজন বা ততোধিক সদস্য নিম্নলিখিত শ্ৰেণীৰ অন্তৰ্গত :-
- সাংবিধানিক পদৰ পূৰ্বৰ আৰু বৰ্তমানৰ গৰাকী
- সকলো কৰ্মৰত বা অৱসৰপ্ৰাপ্ত বিষয়া
- কেন্দ্ৰীয়/ ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়/ কাৰ্যালয়/বিভাগৰ কৰ্মচাৰীসকল আৰু ইয়াৰ ক্ষেত্ৰীয় গোটসমূহ
- কেন্দ্ৰীয় বা ৰাজ্যিক পিএছই (PSE) আৰু সংলগ্ন কাৰ্যালয়
- চৰকাৰৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহৰ লগতে স্থানীয় সংস্থাৰ নিয়মীয়া কৰ্মচাৰীসকল (মাল্টি টাস্কিং ষ্টাফ/ ক্লাছ IV/গ্ৰুপ D ৰ কৰ্মচাৰীসকলক বাদ দি)।
- সকলো ব্যক্তিয়ে যিসকলে শেহতীয়া মূল্যায়ন বৰ্ষত ইনকাম টেক্স পৰিশোধ কৰিছে
- চিকিৎসক, চিকিৎসালয়ৰ কৰ্মচাৰী,
- ইঞ্জিনিয়াৰ,
- উকিল,
- চাৰ্টাৰ্ড একাউণ্টেণ্ট,
- পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰা আৰু প্ৰেকটিছ গ্ৰহণ কৰি পেছা চলোৱা স্থপতিবিদ
- সকলো অৱসৰপ্ৰাপ্ত/ অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী পেঞ্চন ১০,০০০/- টকা বা ততোধিক (মাল্টি টাস্কিং ষ্টাফ/ক্লাছ IV/গ্ৰুপ D ৰ কৰ্মচাৰী সকলক বাদ দি)
- প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী/ ৰাজ্যিক মন্ত্ৰী
- লোকসভা/ ৰাজ্যসভা/ ৰাজ্যিক বিধানসভা/ ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন/ বৰ্তমানৰ সদস্য
- পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰসকল,
- জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষসকল।
প্ৰয়োজনীয় প্ৰমাণপত্ৰ
- আঁচনিখনৰ সুবিধা লাভ কৰিবৰ বাৱে আগ্ৰহ হিতাধিকাৰীয়ে তলত উল্লেখ কৰা নথিপত্ৰসমূহ থাকিব লাগিব :-
- আধাৰ কাৰ্ড
- ভোটাৰ পৰিচয় পত্ৰ
- বেংক একাউণ্টৰ বিৱৰণ যেনে IFCS কোড
- ঠিকনাৰ তথ্য
- জন্মৰ তাৰিখ
- হেক্টৰত ফাৰ্মৰ আকাৰ
- জৰীপৰ নম্বৰ
- খাছৰা সংখ্যা
- SC/ST প্ৰমাণপত্ৰ (যদি থাকে)
- এনআৰইজিএ (NREGA) জব কাৰ্ড বা কেন্দ্ৰীয়/ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ চৰকাৰ বা তেওঁলোকৰ কৰ্তৃপক্ষই জাৰি কৰা অন্য যিকোনো পৰিচয় পত্ৰ।
কেনেকৈ আবেদন কৰিব
- আবেদনকাৰীসকলে পিএম কিষাণৰ বাবে ৩ টা পদ্ধতিৰে আবেদন কৰিব পাৰিব যেনে অনলাইন, অফলাইন আৰু চিএছচি(CSC) কেন্দ্ৰৰ জৰিয়তে।
অনলাইন আবেদন
- হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বাবে অনলাইন আবেদন দাখিল কৰিব পাৰে পিএম কিষাণ ৱেবছাইটৰ পৰা।
- হোম পেজত 'নতুন কৃষক পঞ্জীয়ন' নিৰ্বাচন কৰক।
- গ্ৰাম্য আৰু নগৰীয়া কৃষকসকলক আপোনাৰ যোগ্যতা অনুসৰি বাছনি কৰক।
- আপোনাৰ আধাৰ আৰু ম'বাইল নম্বৰ দাখিল কৰক।
- তালিকাৰ পৰা ৰাজ্য নিৰ্বাচন কৰক আৰু ব্যৱহাৰকাৰীৰ প্ৰমাণীকৰণৰ বাবে OTP টেব টিপক।
- প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে প্ৰদান কৰা স্থানত OTP লিখক।
- আবেদনৰ প্ৰপত্ৰত বিচৰা মূল তথ্যসমূহ প্ৰদান কৰক :-
- ৰাজ্য,
- জিলা,
- উপ-জিলা/ব্লক,
- গাঁও,
- কৃষকৰ নাম,
- পৰিচয়ৰ ধৰণ-আধাৰ নম্বৰ
- যদি আধাৰ উপলব্ধ নহয় তেন্তে আধাৰ নামভৰ্তি নম্বৰত আন কোনো আইডি প্ৰমাণ যেনে ভোটাৰ আইডি ইত্যাদি,
- লিংগ,
- শ্ৰেণী,
- IFSC কোড,
- বেংক একাউণ্ট নম্বৰ।
- পিতৃৰ নাম,
- ঠিকনা,
- মোবাইল নম্বৰ,
- জন্মৰ তাৰিখ/বয়স,
- হেক্টৰত ফাৰ্মৰ আকাৰ,
- জৰীপৰ নম্বৰ,
- খাছৰা সংখ্যা
- এই বিৱৰণসমূহ দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে তেওঁলোকৰ আবেদন পত্ৰক পুনৰীক্ষণ কৰিব পাৰে আৰু ইয়াক দাখিল কৰিব পাৰে।
- পঞ্জীয়নৰ লগে লগে হিতাধিকাৰীয়ে কৃষকৰ অস্থায়ী পঞ্জীয়ন আইডি লাভ কৰিব।
- এই আইডি ব্যৱহাৰ কৰি দাখিল কৰা আৱেদন পত্ৰৰ স্থিতি পৰীক্ষা কৰিব পাৰি।
- প্ৰমাণীকৰণ প্ৰক্ৰিয়া সফল হোৱাৰ পিছত আবেদনকাৰীক SMSৰ জৰিয়তে অৱগত কৰা হ'ব।
- এই আঁচনিৰ অধীনত পৰৱৰ্তী সময়ত পাবলগীয়া কিস্তি ডিবিটিৰ(DBT) জৰিয়তে জমা কৰা হ'ব।
অফলাইন আবেদন
- প্ৰাথমিক পৰ্যায়ত, হিতাধিকাৰীয়ে পিএম কিষাণ আবেদন অফলাইনত দাখিল কৰিব পাৰে।
- ইয়াৰ বাবে তেওঁলোকে আবেদন পত্ৰ পাটোৱাৰীৰ পৰা লাভ কৰিব পাৰে।
- পূৰণ কৰা আবেদনৰ পত্ৰৰ লগতে মূল নথিপত্ৰ জমা কৰক।
- আপোনাৰ নথিপত্ৰ আৰু আবেদনৰ পত্ৰ পৰীক্ষা কৰা হ'ব।
- সফলতাৰে ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰাৰ পিছত, আপুনি প্ৰদান কৰা মোবাইল নম্বৰত এটা SMS লাভ কৰিব।
- তাৰ পিছত পৰৱৰ্তী কিস্তিৰ সাহায্য আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব।
চিএছচিৰ (CSC) জৰিয়তে আবেদন কৰক
- কৃষকসকলৰ সুবিধাৰ্থে, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কমন ছাৰ্ভিছ চেণ্টাৰৰ সৈতে অংশীদাৰিত্ব কৰিছে।
- কৃষকসকলে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ এই চিএছচি (CSC) কেন্দ্ৰসমূহৰ সহায়ত পিএম কিষাণ আবেদন দাখিল কৰিব পাৰিব।
- তেওঁলোকে নিকটতম ভিএলইৰ(VLE) চিএছচি (CSC) কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব লাগিব।
- চিএছচিয়ে (CSC) কৃষকসকলক প্ৰদান কৰা তথ্যৰ সৈতে পঞ্জীয়ন কৰিব।
- চিএছচিয়ে(CSC) পঞ্জীয়নৰ বাবে নামমাত্ৰ পঞ্জীয়ন মাচুল আদায় কৰিব।
- দাখিল কৰা আৱেদন অনুমোদনৰ বাবে ন'ডেল অফিচাৰলৈ প্ৰেৰণ কৰা হ'ব।
পিএম কিষাণ E-KYC
- কৃষকসকলৰ বাবে তেওঁলোকৰ OTP ভিত্তিক E-KYC সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ।
- যিসকলে E-KYC সম্পন্ন কৰা নাই তেওঁলোকে এই সুবিধা লাভ কৰিব নোৱাৰে।
- ইয়াৰ বাবে তেওঁলোকে পিএম কিষাণ ৱেবছাইট চাব লাগিব।
- হোম পেজত, E-KYC টেব সিলেক্ত কৰক।
- আপোনাৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰক।
- আধাৰৰ সৈতে সংযুক্ত ম'বাইল নম্বৰত প্ৰাপ্ত OTP দাখিল কৰক।
গুৰুত্বপূৰ্ণ লিংক
- প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ৰ অফচিয়েল ৱেবছাইট।
- প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি নতুন পঞ্জীয়ন।
- পিএম কিষাণ E-KYC লিংক।
- পিএম কিষাণ আঁচনি ম'বাইল এপ লিংক।
যোগাযোগৰ বিৱৰণ
- পিএম-কিষাণ হেল্পলাইন নম্বৰ :-
- ১৫৫২৬১.
- ০১১-২৪৩০০৬০৬.
- ১৮০০১১৫৫২৬ (টল ফ্ৰী)
- ০১১-২৩৩৮১০৯২
- ৯১-১১-২৩৩৮২৪০১
- প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হেল্পডেস্ক :-
- [email protected].
- [email protected] (OTP সম্পৰ্কীয়)
- শ্ৰী মনোজ আহুজা, সচিব,
কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ,
কৃষি ভৱন,
নতুন দিল্লী - ১১০০০১।
Frequently Asked Questions
PM-KISAN is a Central Sector Scheme of the Government of India that provides financial assistance of ₹6,000 per year to eligible landholding farmer families. The assistance is transferred directly to beneficiaries through the Direct Benefit Transfer (DBT) system.
Eligible farmer families receive ₹6,000 per year under the scheme. The amount is released in three equal installments of ₹2,000 each and credited directly into the beneficiary's bank account.
All eligible landholding farmer families having cultivable land recorded in their names in the official land records of the concerned State or Union Territory can receive benefits under the scheme, subject to fulfillment of the prescribed eligibility conditions.
No. Tenant farmers and cultivators who do not have cultivable land recorded in their own name are not eligible to receive benefits under the PM-KISAN Scheme.
No. The cultivable land should be recorded in the applicant's own name. Farmers cultivating land that is still recorded in the name of their father or forefathers are generally not eligible unless ownership has been legally transferred.
Yes. PM-KISAN beneficiaries are required to complete e-KYC to continue receiving installments in their Aadhaar-seeded bank accounts.
Eligible farmers can apply online through the PM-KISAN Portal or visit their nearest Common Service Centre (CSC) for assistance with registration.
Farmers can check their beneficiary status through the PM-KISAN Portal by entering their Registration Number, Aadhaar Number, or registered Mobile Number in the Beneficiary Status section.
Farmer ID is a unique digital identity generated through the Farmer Registry system. PM-KISAN beneficiaries are advised to create their Farmer ID and keep their details updated to facilitate verification and access to agriculture-related schemes and services.
The Voluntary Surrender Facility allows beneficiaries who are no longer eligible under the PM-KISAN Scheme to surrender their benefits through the PM-KISAN Portal voluntarily. This helps ensure that scheme benefits are provided only to eligible farmer families.
Yes. The PM-KISAN Portal provides a facility to revoke a voluntary surrender request. Beneficiaries who surrendered benefits by mistake or whose eligibility status requires reconsideration may use the revocation facility available on the portal, subject to verification and applicable guidelines.
The Government of India has not announced the release date of the 24th instalment of the Pradhan Mantri Kisan Samman Nidhi (PM-KISAN) Scheme.
Do you have any question regarding schemes, submit it in scheme forum and get answers:
Feel free to click on the link and join the discussion!
This forum is a great place to:
- Ask questions: If you have any questions or need clarification on any aspect of the topic.
- Share your insights: Contribute your own knowledge and experiences.
- Connect with others: Engage with the community and learn from others.
I encourage you to actively participate in the forum and make the most of this valuable resource.
| Person Type | Scheme Type | Govt |
|---|---|---|
Comments
is baar ki kisht ni aayi…
We have not received pm kishan Samman Nidhi since 2 year
Dear team we have not received some money since long to wear We have already submitted all formalities and documentation but till date now receive any amount in my bank nobody has reply and nobody has proper given answer even patwari so please check and rever my mail or WhatsApp number
2025 में 8 महीना
2025 में आठवें महीने बंद हुई थी उसके बाद में एक किस आई है उसके बाद में कोई किस्त नहीं आई 12 महीने वाली किसको नहीं आई
KYC ka faram uplabdh karaye
Payment nahi a Raha
6 Mahina payment nahin a pa raha hai
Pm samannidhi
Sir ji mera naam Rajendar Singh hai galti se sarandar hoo Gaya hai PM samannidhi mera nivedan hai ki punah open Kara digiye mobile 99104394up310455702ragitisin number aderaseh badaggaon Banda Uttar Pradesh tahsil pailani Banda
PM saman Nidhi
Sir ji mera naam Rajendar Singh hai mera pm saman nidhi galti see sarandar hoo Gaya hai punha open Kara digiye registration number UP310455702. Hai
Sir ji nivedan hai ki punah open Kara digiye pmkisan saman Nidhi thanks
Pm.kisan
State level pending per hai kab Sahi hoga
Kist ruka hai
Bisay
PM saman Nidhi registration Up310455702
Sir ji mera PM samannidhi KYC done kara digiye registration number up 310455702 adhar card number my
Adhar missing apdate Kara digiye Sir ji
Adress badaggaon Banda Uttar Pradesh tahsil pailani block jaspura Banda Uttar Pradesh tahsil pailani block jaspura Banda
is baar ka paisa nhi aaya
mera paisa aana band ho gya…
ekyc karana jaruri hai baar…
21 vi kist kab ayage
Pm kisan ki21bi kist
PM samannidhi registration up310455702
Sir ji my PM samannidhi registration number up310455702 address badagaon banda Uttar Pradesh tahsil pailani Uttar Pradesh block jaspura tahsil mesurjet singh chandel hand karbhar hai nivedan hai ki surjeet singh chandel se sampark kiya Jay
my father's 6th instalment…
pesa nhi aa rha hai samman…
khate which paisa auna band…
mp kisan kalyan yojana ki…
Kisht
Is baar ki kishy nhi aai
samman nidhi ka pesa aana…
sabka pesa aaya mera nhi…
Payment nahi aya
Pm Kisan Nidhi ki paise nahin aaye
01124300606
Mery papa ka Pisa nahi aaya hai
Mera pm kisan ka paisa nahi aayaa
Mera pm kisan ka paisa nahi aaya h
Kist nahi aana
Kist 4 aayi thee ab nhi aa rahi hai
e kyc is mandatory needed to…
e kyc is mandatory needed to continue the financial assistance under pradhan mantri kisan samman nidhi
Mere papa ki 12th kisht nhi…
Mere papa ki 12th kisht nhi aayi. Ekyc bhi kr diya mene kb tk aygi
paisa bhejo aaya ni abhi tak
paisa bhejo aaya ni abhi tak
Meri kist nahin I Abhi Tak
Meri kist nahin I Abhi Tak
Pm kisan
માન્ય શ્રી પીએમ કિસાન સામન નદી લાભ મળ્યો નથી મારા થી ગલીતસી સેન્ટર થુઈ જિલ્લા અધિકારી વાત કરી છે શું કરું જેઈ
Pm kisan
માન્ય શ્રી પીએમ કિસાન સામન નદી લાભ મળ્યો નથી મારા થી ગલીતસી સેન્ટર થુઈ જિલ્લા અધિકારી વાત કરી છે શું કરું જેઈ વસાવા કલ્પેશભાઈ મથુરભાઈ તાલુકા ઉંમરપાડા જી સુરત રજેટર GJ284925048. માન્ય શ્રી પ્રથાન ફરી એકવાર આજના લાભ મળે આવી આશા છે માન્ય શ્રી નરેન્દ્રભાઇ મોદીએ સાહેબ વાત કરી છે આભાર
Pm kisan
Pm Kisan ka Paisa mujhe nahin mila Mera reject form kar Diya
Chhindwara
Pradhanmantri Samman Nidhi Yojana mein registration Kiya lekin Aaj Tak ₹1 nahin mila registration number MP 30 1376939 hai
Namo setkari
P.m.kisan
Pmkisan ka paisa mujhe nahi aaya
RATNAGIRI
samman nidhi ka pesa nahi…
samman nidhi ka pesa nahi aaya
Surrender very fat cancel karvana
Mera pm Kisan Samman ji ka registration galti se surrender ho gaya hai use cancel karvana hai
પીએમ કિસાન
પીએમ કિસાન ગલીતસી સેન્ટર થુઈ છે માન્ય શ્રી અંગ્રેજ આતુ એટલે મને ખબર નથી પડી માન્ય શ્રી એક માકા આપા માન્ય શ્રી mo972655****
Pm kisan samman galti se calendar ho gya hai cancel karvana hai
Shreeman ji pm kisan samman nidhi registration mp251196388 galti se calendar ho gya hai calendar from ko cancel karna hai sahab
PM Kisan cylinder state level per hi pending bata Maharashtra AP
PM Kisan cylinder state level per hi pending bata Maharashtra April se pending bata
Yes
Mere A/C me pesa nahi ata ha
Pm.kishan.ka lab.nahi.milparhhai
Pm Kisan ka payment nahin Mil Pa Raha cylinder Ho Gaya galti se iske liye kshma
Karpantar
Nazrul
Pm.kishin
সার বলছি আমার পিএম কিষান বন্ধ গেছে। আপনাদের অনুরোধ করছি চালু করে দিতে।আমি খুব গরীব মানুষ এবং অসহায়।
wqeq
qweqe
My
My
22
सम्मान निधि की रुपया नहीं आ रहे हैं तो क्या हो गया उसमें जानकारी दो
Pm kisan
Sir mera name chote sattar he meri poori 22 kiste ruki he 2019 ka rajistration except he lekin aaj tak ek bhi kist nhi aayi kripa karke meri madat kare sir mera rajistration no UP148476067 he
Pm kishan Yojana ki Kist nahi aane ke karan
Sir
Mujhe Kisan saman nedhi nhi mil rhi
Mera Naam narayan singh hi me ak Himachal Pradesh ka chota sa Kisan hu meri kisan Saman nedhi achanak band ho gyi phli milti thi ab kuch samajh nhi aarha office ki chakr lga kr thak gya hu
Mera registration no HP 306009437
Problem bata rhi hi ke ap elegible nhi ho jab ki mujhe phli 4 kusht mili ho
Humara samadhan kri ji
Dhanyawad
Jharkhand
Thana Rajasthan
Add new comment